Instructions

Steps to be Followed

  • Register by providing required fields.
  • Fill up the Application Form.
  • Preview and Submit your Application Form.
  • Verify Mobile No. by providing OTP.

  • For best performance use

    1. Candidates are requested to go through the complete advertisement and read the complete instructions before applying. Advertisement
    2. For Passport Size Photograph:
      • Photograph must be in colour and must be in white background and must have been taken after 1st January 2020
    3. For Signature OR Thumb Impression:
      • Signature OR thumb impression must be taken with a black or dark blue ink on a white paper.
    4. Documents to be uploaded:
      • Admit Card of HSLC/equivalent examination for proof of age.
      • Certificate and marksheet of Graduation.
      • Certificate of Diploma in Computer for Junior Assistant.
      • Certificate of Stenography for Stenographer (Grade III).
      • Caste certificate from competent authority (if applicable).
      • Certificate of EWS from competent authority (if applicable).

      Note: The size of the scanned documents should be 100KB to 250 KB (JPEG,JPG,PNG format only)

    নিৰ্দেশনা

    তলৰ পদক্ষেপবোৰ অনুসৰণ কৰক

    1. প্রয়োজনীয় ক্ষেত্রসমূহ পূৰণ কৰি নিবন্ধন কৰক।
    2. আবেদন পত্ৰখন সম্পূৰ্ণ কৰক।
    3. পূৰ্বলোকণ কৰি আবেদন পত্ৰখন জমা দিয়ক।
    4. OTP দি আপোনাৰ মোবাইল নম্বৰটো সত্যাপিত কৰক।

    সৰ্বোত্তম প্ৰদৰ্শনৰ বাবে ব্য়বহাৰ কৰক

    1. প্ৰাৰ্থী সকলে আবেদন কৰা আগত বিজ্ঞাপনটো স্পষ্টকৈ পঢ়ে যে Advertisement
    2. পাচ্পৰ্ট ফটোগ্ৰাফৰ বাবে
      • ফটোগ্ৰাফ ৰঙীন আৰু পটভূমি বগা হব লাগিব । ফটোগ্ৰাফ ২ জানুৱাৰী ২০২০ ৰ পাছত টোলা হব লাগিব ।
    3. চহী বা অংগুষ্ঠ চাপৰ বাবে
      • চহী বা অংগুষ্ঠ চাপ বগা কাগজত আৰু নীলা বা ক'লা ৰঙৰ চিয়াঁহী ব্যৱহাৰ কৰিব লাগিব ।
    4. আপলডৰ বাবে নথি পত্ৰ সমূহ:
      • হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এডমিট কাৰ্ড বয়সৰ প্ৰমাণ পত্ৰ হিচাপে ।
      • স্নাতক পৰীক্ষা উতিৰ্ণ হোৱা অৰ্হতাৰ প্ৰমাণপত্ৰ আৰু মাৰ্কস্বিত ।
      • কম্পিউতাৰৰ ডীপ্ল'মা পাচ কৰা প্ৰমাণ পত্ৰ (জুনিয়ৰ এচিচটেন্ট পদৰ বাবে)
      • আই টি আই অসমৰ অধিনত ষ্টে্নগ্ৰাফি পাচ কৰা প্ৰমাণ পত্র (ষ্টে্নগ্ৰাফাৰৰ পদৰ বাবে)
      • আৰ্থিক ভাবে পিছপৰা সকলৰ বাবে EWS প্ৰমাণ প্ৰত্ৰ (যদিহে প্ৰযোজ্য)।
      • অনূসুচীত জাতি, অনূসূচীত জনজাতি আৰু অন্যান্যভাবে পিচপৰা জাতিৰ অনৰ্গত প্ৰাৰ্থীসকলৰ বাবে জাতি/বৰ্ণৰ প্ৰমান পত্ৰ (যদিহে প্ৰযোজ্য)।

      টোকা: স্কেন নথি পত্ৰ সমূহ ১০০ কেবি আৰু ৫০০ কেবি'ৰ মাজত হ'ব লাগিব (জেপিইজি, জেপিজি, পিএনজি আৰ্হি গ্ৰহন কৰা হ'ব)।

    Register (new candidate)

    Registration closed !